Daily Time Axom

মৰ্মান্তিক! ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ ল’লে ধেমাজিৰ শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ

0 72

নিউজ ডেস্ক, ৩ জানুৱাৰীঃ নাৰায়ণপুৰত শোকাৱহ পথ দুৰ্ঘটনা। নাৰায়ণপুৰৰ ভোগপুৰ উৰণ সেতুৰ সমীপত এই ঘটনা। ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল ধেমাজিৰ পৰা গুৱাহাটী অভিমুখী এখন বাহন। দুৰ্ঘটনাত থিতাতে মৃত্যু ধেমাজিৰ শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ। আহত পুলকেশ গগৈ নামৰ আন এজন যুৱক। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS22 G7525।

Leave A Reply

Your email address will not be published.