Daily Time Axom

সোণমৰ পিছত বিপাশাই নিজৰ সন্তানক স্তনপান কৰাই থকা এখন ছবি দিলে ইনষ্টাগ্ৰাম ষ্ট’ৰীত

0 44


পুত্ৰ বায়ুক স্তনপান কৰাইছে সোণম কাপুৰে। সেই ছবিখন আনন্দ আহুজাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল।

এইবাৰ বিপাশা বসুৱে কন্যাক স্তনপান কৰাই থকা এখন ছবি শ্বেয়াৰ কৰিছে। বুধবাৰে পুৱা তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত দেৱীৰ সৈতে এখন ছবি শ্বেয়াৰ কৰে।

ছোৱালীজনীৰ মুখত সচৰাচৰৰ প্ৰেমৰ চিন। উন্মুক্ত হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ শীৰ্ষ।

ছোৱালীজনীক বুকুত ধৰি স্তনপান কৰাই আছে বিপাশাই।

Leave A Reply

Your email address will not be published.