Daily Time Axom

এয়াৰ ইণ্ডিয়াৰ বিমানত মহিলাৰ প্ৰস্ৰাৱৰ দ্বিতীয়টো ঘটনা

0 54

এয়াৰ ইণ্ডিয়াৰ আন এখন বিমানত এগৰাকী মহিলা যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ ঘটনা পোহৰলৈ আহিছে। পূৰ্বৰ ঘটনাটোৰ ১০ দিনৰ পিছত ৬ ডিচেম্বৰত সংঘটিত হৈছে এই ঘটনা।

বিষয়টো এতিয়া চৰ্চালৈ আহিছে।

এই বিমানখন পেৰিছৰ পৰা দিল্লীলৈ আহিছিল। বিমান সংস্থাটোৱে কয় যে অভিযুক্তই লিখিতভাৱে ক্ষমা বিচাৰিছিল, গতিকে তেওঁৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল।

Leave A Reply

Your email address will not be published.