নিউজ ডেস্ক, ৭ জানুৱাৰীঃ বৰপেটাৰোডত গুলীচালনাৰ ঘটনা ৷ ৰাধে কৃষ্ণ হাৰ্ডৱেৰলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ৷ গুলীচালনা কৰি দুৰ্বৃত্তই লুটি নিলে প্ৰায় ৫০ হাজাৰ টকা ৷ দুখন বাইকত আহি ৪টা দুৰ্বৃত্তই চলালে লুটপাট ৷ বৰপেটাৰোডৰ কলহভাঙাত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ৷ ঘটনাৰ সময়ত প্ৰতিষ্ঠানখনতে আছিল স্বত্বাধিকাৰী ডিম্পল সাহা ৷ গুলীচালনাত হতাহত হোৱা নাই কোনো লোক৷
Comments are closed, but trackbacks and pingbacks are open.