বহুদিনৰ মূৰত পুনৰ চিনেমাত অভিনয় কৰিব । কিন্তু এইবাৰ কামটো অলপ বেলেগ ধৰণে। মাৰ্ভেলৰ ৱেষ্টলেণ্ডাৰছৰ নতুন প’ডকাষ্ট ছিৰিজত শুনা যাব কৰীনা কাপুৰ খানৰ কণ্ঠ। কেৱল তেওঁৰেই নহয়, তেওঁৰ স্বামী, অভিনেতা ছৈফ আলী খানৰ কণ্ঠও শুনা যাব এই নতুন ধাৰাবাহিকখনত। জয়দীপ আহালৱত, শৰদ কেলকাৰ, প্ৰয়াক্ত কোহলী, মাছাবা গুপ্তাৰ দৰে তাৰকাও উপস্থিত থাকিব তাত।