Daily Time Axom

ডিগবৈ বগাপানীৰ ৰে’ল বিভাগৰ দ্বাৰা উচ্ছেদিত পৰিয়াললৈ সহায়ৰ হাত আম আদমি পাৰ্টিৰ

0 29

ডিগবৈ আম আদমীৰ পাৰ্টিৰ তৰফৰ পৰা খোৱা সামগ্ৰী বিতৰণ।

তিনিচুকীয়া জিলাৰ ডিগবৈ বগাপানীত ৰে’ল বিভাগৰ দ্বাৰা উচ্ছেদিত পৰিয়ালসমূহক ডিগবৈ আম আদমি পাৰ্টিৰ তৰফৰ পৰা খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে ডিগবৈ আম আদমীৰ পাৰ্টিৰ যুৱ শক্তিৰ ৰাজ্যিক উপ সভাপতি বাবুল বিকাশ চেতিয়া,আম আদমি পাৰ্টি জিলা সমিতিৰ যুটীয়া সম্পাদক ফিৰোজ আলি,জিলা সমিতিৰ উপ সভাপতি জামিৰ হোছেইনৰ লগতে উপস্থিত থাকে দীননাথ শৰ্মা,অশোক দাস,প্ৰিয়ংকা হাজৰিকা গগৈ,বিপুল বৈদ্য আৰু বিবেক চাহী।

Leave A Reply

Your email address will not be published.