Daily Time Axom

২০১৮ আৰু ২০১৯ বৰ্ষৰ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণা

0 43

নিউজ ডেস্ক, ১০ মাৰ্চঃ আজি অষ্টম অসম ৰাজ্যিক চলচিত্ৰ বঁটা ২০১৮-২০১৯ বৰ্ষৰ বঁটা ঘোষণা কৰা হয়। আজি ঘোষিত চলচ্চিত্ৰ বঁটাসমূহ এনেধৰণৰ-

২০১৮ বৰ্ষৰ চলচ্চিত্ৰ বঁটাসমূহ হ’ল-

শ্ৰেষ্ঠ ছবিৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বঁটা- বুলবুল কেন ছিং

শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ড° ভৱেন্দ্ৰনাথ শইকীয়া বঁটা -মঞ্জুল বৰুৱা

শ্ৰেষ্ঠ অভিনেত্ৰীৰ আইদেউ সন্দিকৈ বঁটা- অমৃতা গগৈ আৰু জাহানাৰা বেগম

শ্ৰেষ্ঠ পৰিচালকৰ ব্ৰজেন বৰুৱা বঁটা- ৰিমা দাস

শ্ৰেষ্ঠ সংগীত পৰিচালকৰ পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা- অনুৰাগ শইকীয়া

নৱাগত শ্ৰেষ্ঠ অভিনেতা বিজু ফুকন বঁটা -মনোৰঞ্জন দাস

শ্ৰেষ্ঠ পুৰুষ নেপঠ্য কণ্ঠশিল্পীৰ ৰুদ্ৰ বৰুৱা বঁটা- ইবশ্বনাল বৰুৱা

২০১৯ বৰ্ষৰ শ্ৰেষ্ঠ বঁটাসমূহ হ’ল-

শ্ৰেষ্ঠ ছবি জ্যোতিপ্ৰসাদ আগৰৱালাৰ বঁটা- ‘জোনাকী পৰুৱা’

শ্ৰেষ্ঠ পৰিচালকৰ ব্ৰজেন বৰুৱা বঁটা- ভাস্কৰ হাজৰিকা

শ্ৰেষ্ঠ চিত্ৰনাট্য ড° ভৱেন্দ্ৰনাথ শইকীয়া বঁটা- ভাস্কৰ হাজৰিকা (আমিষ)

শ্ৰেষ্ঠ সংগীত পৰিচালক পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা- তৰালী শৰ্মা আৰু কুইন বে’

শ্ৰেষ্ঠ অভিনেত্ৰীৰ আইদেউ সন্দিকৈ বঁটা- লীমা দাস

শ্ৰেষ্ঠ নৱাগতৰ বিজু ফুকন বঁটা- জিতুমণি কলিতা

শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ ৰুদ্ৰ বৰুৱা বঁটা – জুবিন গাৰ্গ

Leave A Reply

Your email address will not be published.