Daily Time Axom

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে আসন সংৰক্ষণৰ নিৰ্দেশ হাইক’ৰ্টৰ

0 40

নিউজ ডেস্ক, ১১ মাৰ্চঃ ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।বিনামূলীয়াকৈ পঢ়ুৱাব লাগিব দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ২৫% আসন সংৰক্ষণৰ নিৰ্দেশ। এখন PILৰ শুনানি গ্ৰহণ কৰি ২০২৩ বৰ্ষৰ পৰাই কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা। শিক্ষা বিভাগক ব্যৱস্থা গ্ৰহণ কৰি ১৪ মাৰ্চৰ ভিতৰত বিজ্ঞাপন প্ৰকাশৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

Leave A Reply

Your email address will not be published.