Daily Time Axom

নাহিদে পুৰস্কাৰ ঘূৰাই দিব লাগে : মন্ত্ৰী পীযূষ হাজৰিকা

0 32

নিউজ ডেস্ক, ১৫ মাৰ্চঃ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে এইবাৰ মন্ত্ৰী পীযূষ হাজৰিকাই ক’লে, নিয়ম মতে নাহিদ আফ্ৰিনে ঘূৰাই দিব লাগে বঁটা। এইক্ষেত্ৰত জুৰী সদস্য বা চৰকাৰৰ কোনো ভুল নাই বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, দুই পক্ষৰে ভুল হৈছে আৰু যদি গান গোৱা নাছিল নাহিদ আফ্ৰিনেও আগুৱাই গৈ বঁটাতো ল’ব নালাগিছিল। জুৰীৰ সদস্যসকল সন্মানীয় গতিকে তেওঁলোকৰ ওপৰত কথা ক’বলৈ অপৰাগ বুলি মন্তব্য কৰি কয় যে কিছু ভুল হৈছে।

Leave A Reply

Your email address will not be published.