Daily Time Axom

গোলাঘাটৰ বিশেষ আদালতে দোষমুক্ত ঘোষণা কৰিলে বৰ্ষাশ্ৰীক

0 29

নিউজ ডেস্ক, ১৬ মাৰ্চঃ দোষমুক্ত ঘোষণা বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক৷ গোলাঘাটত দিব্যজোতি মহন্তৰ বিশেষ আদালতে দোষমুক্ত ঘোষণা কৰে বৰ্ষাশ্ৰীক৷

উল্লেখ্য যে, সামাজিক মাধ্যমত বিদ্ৰোহী কবিতা Post কৰি প্ৰায় দুমাহ ধৰি গোলাঘাটৰ কাৰাগাৰত বন্দী হৈছিল বৰ্ষাশ্ৰী৷ বৃহস্পতিবাৰে গোচৰটোৰ পৰা মুক্ত হ’ল যোৰহাট DCB কলেজৰ বিজ্ঞান শাখাৰ দ্বিতীয় ষাম্নাষিকৰ ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই।

এটি কবিতাক ভিত্তি কৰি গোলাঘাটৰ সৰুপথাৰ আৰক্ষীয়ে ১৮ মে’ত আটক কৰিছিল বৰ্ষাশ্ৰীক। আটকৰ পিছতে গোলাঘাটৰ জে’ললৈ প্ৰেৰণ কৰা হৈছিল বৰ্ষশ্ৰীক।

Leave A Reply

Your email address will not be published.