Daily Time Axom

এইবাৰ মেট্ৰিকৰ আন এক বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ খবৰ

0 27

নিউজ ডেস্ক, ১৮ মাৰ্চঃ মেট্ৰিকৰ আন এক বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ খবৰ। এইবাৰ হোৱাটছএপত ভাইৰেল হৈছে ভূগোলৰ প্ৰশ্নকাকত।

উল্লেখযোগ্য যে ২০ মাৰ্চত আছিল ভূগোল তথা আন ঐচ্ছিক বিষয়ৰ পৰীক্ষা।ইতিমধ্যে দুটা বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছিল মেট্ৰিকত।সেয়ে এতিয়া ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত এই বিষয়ৰ পৰীক্ষা বাতিল কৰাৰ সম্ভাৱনাই দেখা দিছে। অৱশ্যে এতিয়ালৈকে ছেবাই আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰী কৰা নাই।

Leave A Reply

Your email address will not be published.