Daily Time Axom

এক বস্তা খুচুৰা পইচাৰে এজন যুৱকে ক্ৰয় কৰিলে নিজৰ সপোনৰ বাহনখন

0 36

নিউজ ডেস্ক, ২২ মাৰ্চঃ এক বস্তা খুচুৰা পইচাৰে নিজৰ সপোনৰ বাহনখন ক্ৰয় কৰিলে এজন যুৱকে। এক দুই টকাকৈ নব্বৈ হাজাৰ টকা সঞ্চয় কৰি এখন বাহন ক্ৰয় কৰিলে যুৱকজনে।

ছিপাঝাৰৰ এটা বাইক শ্ব-ৰূমত খুচুৰা পইছাৰ দম।৫-৬ বছৰ ধৰি সঞ্চয় কৰি গৈছিল যুৱকজনে। নিজৰ সপোন পূৰণ কৰিলে ছাইদুল হক নামৰ যুৱকজনে।

যিটো সময়ত আপুনি মই এটকীয়া দুটকীয়াক লৈ কুণ্ঠাবোধ কৰো, সেই সময়তেই ছাইদুল হকে কৰি দেখুৱাইছে অভিনৱ পদক্ষেপ।

Leave A Reply

Your email address will not be published.