Daily Time Axom

ছেবাৰ নতুন নিৰ্দেশনা, এতিয়াৰে পৰা আৰক্ষী থানাৰ অ’চিৰ তত্বাৱধানত থাকিব মেট্ৰিকৰ প্ৰশ্নকাকত

0 34

নিউজ ডেস্ক, ২৪ মাৰ্চঃ মেট্রিকৰ পৰীক্ষাক লৈ ছেবাৰ নির্দেশনা। বিজ্ঞান আৰু অসমীয়া পৰীক্ষা সন্দর্ভত এই নির্দেশনা। প্রশ্নকাকতৰ টোপোলা গ্রহণ কৰিব থানাৰ ভাৰপ্রাপ্ত বিষয়াই।

কেন্দ্র তত্বাৱধায়কে চিচিটিভিৰ সন্মুখত খুলিব লাগিব প্রশ্নকাকত। SEBAৰ নিয়োজিত বিষয়াই উভতি আহোতে লৈ আহিব অব্যৱহৃত নথি। মেট্রিকৰ পৰীক্ষাক লৈ SEBAৰ নির্দেশনা জাৰি কৰা হৈছে।

Leave A Reply

Your email address will not be published.