Daily Time Axom

দেশ মাতৃৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজুঃ ৰাহুল গান্ধী

0 35

নিউজ ডেস্ক, ২৫ মাৰ্চঃ “দেশ মাতৃৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু”। সাংসদৰ পদবী হেৰুওৱাৰ পিছতেই এইদৰে ৰাহুল গান্ধীৰ টুইট।

উল্লেখ্য যে, শুকুৰবাৰে খাৰিজ কৰা হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ। অহা ৮ বছৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব সাংসদ গৰাকীয়ে। এই ৰায় প্ৰদান লোকসভা সচিবালয়ৰ। দেশৰ প্ৰধান মন্ত্ৰীক অপমানসূচক মন্তব্য কৰাৰ বাবেই এই শাস্তি প্ৰদান কংগ্ৰেছ গৰাকীক।

লোকসভা সচিবালয়ে এই ৰায় প্ৰদান কৰাৰ লগে লগে এতিয়া সৰ্বতে প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে।

Leave A Reply

Your email address will not be published.