Daily Time Axom

নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

37

নিউজ ডেস্ক, ২ এপ্ৰিলঃ আজি অসমলৈ আহিব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷ মহানগৰীৰ সোণাৰাম খেলপথাৰত ব্যাপক আয়োজন। কেজৰিৱালৰ লগতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানো আহিব অসমলৈ ।

দুই মুখ্যমন্ত্ৰীক আদৰিবলৈ সাজু হৈছে আপ অসমৰ নেতৃবিন্দ । লগতে অংশগ্ৰহণ কৰিবলগীয়া জনসভাৰ পেণ্ডেলৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আপে । সভাত আগন্তক পঞ্চায়ত আৰু ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাব কেজৰিৱালে ।

Comments are closed, but trackbacks and pingbacks are open.