Daily Time Axom

অসমত হ’ব ২৭খন টোলগেট, বিধানসভাত লিখিত প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ চৰকাৰৰ

29

নিউজ ডেস্ক, ৬ এপ্ৰিলঃ ৰাজ্যত পুনৰ বৃদ্ধি পালে টোলগেটৰ সংখ্যা। এতিয়াৰে পৰা টোল কৰৰ বোজা সহিব লাগিব জনতাই। ৰাজ্যত হ’ব সৰ্বমুঠ ২৭খন টোলগেট। বৰ্তমান কাৰ্যক্ষম হৈ আছে ৯খন টোলগে’ট। নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা ৫খন টোলগে’ট কাৰ্যক্ষম হ’ব শীঘ্ৰেই। নিৰ্মাণ চলি আছে ৯খন টোলগেটৰ। শীঘ্ৰেই আৰম্ভ হ’ব আৰু ৪খন টোলগেটৰ কাম।

সদনত বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰ দি গড়কাপ্তানী বিভাগৰ মন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, ৰাজ্যত সৰ্বমুঠ টোল গেটৰ সংখ্যা হ’বগৈ ২৭ খন।

Comments are closed, but trackbacks and pingbacks are open.