Daily Time Axom

দেশবাসীক সম্বোধন কৰি তিহাৰ জেলৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ দিল্লীৰ প্ৰাক্তন শিক্ষামন্ত্ৰী মনীষ ছিছ’দিয়াৰ

33

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ কাৰগাৰাৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ দিল্লীৰ প্ৰাক্তন শিক্ষামন্ত্ৰী মনীষ ছিছ’দিয়াৰ। ন্যায়িক জিম্মাত তিহাৰ জেলত থকা প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ লিখা এখন চিঠিৰ যোগেদি প্ৰধানমন্ত্ৰীগৰাকীৰ শিক্ষাৰ অৰ্হতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।

প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশবাসীক সম্বোধন কৰি তিহাৰ জেলৰ পৰা এই মুকলি চিঠিখন প্ৰেৰণ কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰি তেওঁৰ শিক্ষাগত অৰ্হতাক লৈ উত্থাপন কৰিলে কেইবাটাও প্ৰশ্ন।

Comments are closed, but trackbacks and pingbacks are open.