Daily Time Axom

কেৰালাত বৃদ্ধি দৈনিক ক’ভিড সংক্ৰমণ, মাস্ক ব্যৱহাৰৰ নিৰ্দেশনা জাৰি

39

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ দেশত পুনৰ ক’ভিডৰ ভয়ংকৰ ৰূপ। স্বাস্থ্য মন্ত্ৰালয়ৰ সমীক্ষা অনুসৰি শেহতীয়াভাৱে ২৪ ঘণ্টাত ৬,১৫৫ গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে।শেহতীয়াকৈ দেশত ইয়াৰ হাৰ হৈছে ৫.৬৩ শতাংশ।

আনহাতে, কেৰালাৰ ক’ভিড সংক্ৰমণে উদ্বিগ্ন কৰিছে সমগ্ৰ দেশক। দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত ১৮ শতাধিক লোকৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি। মাস্ক পৰিধান বাধ্যতামূলক কৰিছে কেৰেলা চৰকাৰে। কেন্দ্ৰৰ নিৰ্দেশৰ পিছতেই ব্যাপক সজাগতা অভিযান কেৰেলাত।

Comments are closed, but trackbacks and pingbacks are open.