Daily Time Axom

ভুল স্বীকাৰ কৰিলে হেমা মালিনীয়ে, বিহুক বিহাৰৰ বুলি টুইটাৰত উল্লেখ কৰিছিল সাংসদগৰাকীয়ে

34

নিউজ ডেস্ক, ১৪ এপ্ৰিলঃ অৱশেষত ড্ৰীম গাৰ্ল হেমামালিনীয়ে স্বীকাৰ কৰিলে নিজৰ ভুল। তেওঁ টুইটযোগে উল্লেখ কৰে যে ভুলতে তেওঁ বিহুক বিহাৰৰ বুলি উল্লেখ কৰিছে। মোক ক্ষমা কৰিব। সেয়া বিহু, অসমৰ উৎসৱ হ’ব লাগে।

https://twitter.com/dreamgirlhema/status/1646699867396530176

বৃহস্পতিবাৰে বিহুৰ শুভেচ্ছা দি কৰা এটা টুইটত অসমীয়াৰ স্বাভিমান বিহুক ‘বিহাৰ’ৰ বুলি উল্লেখ কৰিছিল। অভিনেত্ৰীগৰাকীৰ এই টুইটৰ পিছতে সকলোৰে মাজত সৃষ্টি হৈছিল তুমুল বিতৰ্কৰ।

Comments are closed, but trackbacks and pingbacks are open.