Daily Time Axom

বতৰ বিজ্ঞানীৰ সতৰ্কবাণী- ভাৰতৰ কেইবাখনো ৰাজ্যত হ’ব প্ৰচণ্ড গৰম

54

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ ভাৰতৰ কেইবাখনো ৰাজ্যত হ’ব প্ৰচণ্ড গৰম। দিল্লী, পঞ্জাৱ, হাৰিয়ানা, উত্তৰ-পশ্চিম ভাৰতত হ’ব এইবাৰ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ।

ভাৰতীয় বতৰ বিজ্ঞানীয়ে দিছে সতৰ্কবাণী। পশ্চিম বংগতো বৃদ্ধি পাব উষ্ণতা।লগতে কেইবাখনো ৰাজ্যত অৰেঞ্জ জ’ন হিচাপে ঘোষণা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

পশ্চিম বংগ চৰকাৰে গৰমৰ পৰিস্থিতিৰ বাবেই চৰকাৰী আৰু সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহত (পাহাৰীয়া অঞ্চলৰ বাহিৰে) গ্ৰীষ্মকালীন ছুটীৰ দিন ২ মে’লৈ তিনি সপ্তাহ আগতীয়াকৈ লৈ যায়।

Comments are closed, but trackbacks and pingbacks are open.