Daily Time Axom

আজি প্রধানমন্ত্রীৰ ‘মন কী বাত’ৰ ১০০ সংখ্যক খণ্ড

73

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ অনুষ্ঠানৰ আজি ১০০ সংখ্যক খণ্ড। দিনৰ ১১ বজাত সম্প্ৰচাৰ হ’ব এই ১০০ সংখ্যক খণ্ড।

‘‘মন কি বাত’’ৰ প্ৰথম খণ্ড ২০১৪ চনৰ ৩ অক্টোবৰত সম্প্ৰচাৰিত হৈছিল। প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে দায়িত্ব গ্ৰহণ কৰা সেই বৰ্ষৰ পৰাই প্ৰধানমন্ত্ৰীৰ ৰেডিঅ’ অনুষ্ঠান প্ৰতি মাহে সম্প্ৰচাৰিত হৈ আহিছে।

আজি সমগ্ৰ দেশতে ‘‘মন কি বাত’’ৰ ১০০ তম খণ্ড উদযাপন কৰিবৰ বাবে ব্যাপক প্ৰস্তুতি কৰিছে। আজি দলটোৱে তেওঁলোকৰ কাৰ্যালয় আৰু বুথত প্ৰধানমন্ত্ৰীৰ ৰেডিঅ’ ভাষণ সম্প্ৰচাৰ কৰিব।

Comments are closed, but trackbacks and pingbacks are open.