Daily Time Axom

সৰভোগত দুৰাৰোগ্য ৰোগত আক্ৰান্ত ব্যক্তিৰ মাজত চেক বিতৰণ

0 28

আজি আবেলি ৪ বজাত বৰপেটা জিলাৰ সৰভোগৰ গড়কাপ্তানী পথ পৰিদৰ্শন বাংলাত,মুখ্যমন্ত্ৰী সাহায্য নিধিৰ শিতানৰ জৰিয়তে সৰভোগ বিধানসভা সমষ্টিৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত কেইবাজনো ব্যক্তিৰ মাজত চেক বিতৰণ কৰে,এই চেক বিতৰণ কাৰ্যসূচীত ৪০ নং সৰভোগ বিধান সভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ,বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পাৰ্থপ্ৰতিম খনিকৰৰ লগতে বিষয়া-কৰ্মচাৰী উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.