নিউজ ডেস্ক, ৪ মে’- আজি ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। ১৪ হাজাৰ ২৮১টা পদৰ ফলাফল ঘোষণা কৰা হ’ব। ছেবাৰ ৱেবছাইটযোগে উপলব্ধ হ’ব এই ফলাফল। www.sebaonline.orgত পাব ফলাফল। আনহাতে, ১১ মে’ত নিযুক্তি-পত্ৰ প্ৰদান কৰিব চৰকাৰে।
২ বজাত উপলব্ধ হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। এই ঘোষণা আয়োগৰ অধ্যক্ষ বি কল্যাণ চক্ৰৱৰ্তীৰ।
Comments are closed, but trackbacks and pingbacks are open.