Daily Time Axom

ৰাজ্যত ভূমিকম্পৰ তীব্ৰ জোকাৰণি

46

নিউজ ডেস্ক, ২৯ মে’- ৰাজ্যত অনুভূত ভূমিকম্প। মহানগৰী আৰু উপকণ্ঠ অঞ্চলত ভূমিকম্পৰ জোকাৰণি। ৮ বাজি ৪ মিনিটত অনুভূত হয় তীব্র জোকাৰণি।

একেলগে দুটাকৈ জোকাৰণি অনুভূত হয়। প্ৰায় ৩০ ছেকেণ্ডৰ ব্যৱধানত অনুভূত হয় দুটাকৈ জোকাৰণি। ৰিখটাৰ স্কেলত ভূঁইকঁপৰ প্ৰাবল্য আছিল ৫.২ আৰু ইয়াৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলা। এইপৰ্যন্ত এই ভূমিকম্পৰ ফলত কোনো ক্ষয়–ক্ষতি হোৱা নাই।

Comments are closed, but trackbacks and pingbacks are open.