Daily Time Axom

ড৹ কল্যাণ কলিতাক অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি

34

নিউজ ডেস্ক, ২ জুনঃ ড৹ কল্যাণ কলিতাক অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি।বৰ্তমান মহাবিদ্যালয়খনৰে অধ্যাপক ড৹ কল্যাণ কলিতাক ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ তৰফৰ পৰা এক নিৰ্দেশনাযোগে এই কথা জনোৱা হৈছে।

উল্লেখ্য যে, ড৹ কল্যাণ কলিতাৰ নিযুক্তিত ৰাজ্যপালে অনুমোদন জনাইছে।বৰ্তমানৰ অধ্যক্ষ ড৹ অতুল বৰাৰ পৰা ড৹ কল্যাণ কলিতাই অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰিব লাগিব।

ইয়াৰোপৰি পৰৱৰ্তী আদেশ নহা পৰ্যন্ত ড৹ অতুল বৰাক তাৎক্ষণিকভাৱে ছুটীত যাবলৈ নিৰ্দেশনা দিয়া হৈছে। ইয়াৰোপৰি, ৭ নং হোষ্টেলৰ ৱাৰ্ডেন ড৹ শশাংক শেখৰ শৰ্মাকো বাধ্যতামূলক ছুটীত যাবলৈ নিৰ্দেশনা দিয়া হৈছে।

Comments are closed, but trackbacks and pingbacks are open.