লং খালে কি কি লাভ হ’ব পাৰে চাওঁ আহক!
ডিজিটেল ডেস্কঃ
- যদিহে আপোনাৰ চৰ্দি হোৱাৰ ফলত নাক বন্ধ হয় তেনেহ’লে এখন কাপোৰত কেইটোপালমান লঙৰ তেল ধালি শুঙিলে চৰ্দিৰ পৰা আৰোগ্য হ’ব।
*লং তেল ব্যৱহাৰ কৰিলে গাঠিৰ বিষৰ পৰাও উপশম পোৱা যায়।
*এচিডিটিৰ বাবেও লং বিশেষভাৱে উপকাৰী। ১০০গ্ৰাম পানীৰ সৈতে লঙৰ পাউডাৰ মিহলি কৰি সেৱন কৰিলে এচিডিটিৰ পৰা পৰিত্ৰাণ পাব।
*মুখৰ দুৰ্গন্ধ আঁতৰাবলৈ হ’লে লং চুপিব লাগে।
*শীতকালত সচৰাচৰ প্ৰায় মানুহৰে কাঁহ হোৱা দেখা যায়। তেনে অৱস্থাত মুখত লং ৰাখিলে কাঁহৰ সমস্যা দূৰ হয়।