নিউজ ডেস্ক, ২৭ জুনঃ বোকাখাতৰ লটাবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাস্থলীতে নিহত এটি কিশোৰ, গুৰুতৰভাৱে আহত ৩জনৈ লোক। ঘটনাত নিহত উত্তৰ প্ৰদেশৰ নিৰ্মল ৰামকুমাৰ।গুৰুতৰভাৱে আহত দুজনক GMCHলৈ প্ৰেৰণ কৰা হয়।
লতাবাৰীৰ ইণ্ডিয়ান পেট্ৰ’ল পাম্পৰ সমীপত হোৱা এই পথ দুৰ্ঘটনাত এখন ট্ৰাক আৰু পিকআপ ভানৰ মুখামুখী সংঘৰ্ষ হয়। দুৰ্ঘটনাত পতিত হোৱা পিকআপ ভানখনৰ নম্বৰ AS01 HC 9607।
Comments are closed, but trackbacks and pingbacks are open.