Daily Time Axom

২০২৪ চনত পুনৰ হব বিজেপিৰ চৰকাৰ এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

0 45

পুথিমাৰিত তিনি গগৈৰ বিষয়টো মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

যোৱা ২টা বছৰত দ্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰা বুলি অৱগত কৰি বৰ্তমান ৰাজ্যত
অপৰাধীৰ সংখ্যা কমিছে বুলিও সদৰি কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷

মুখ্যমন্ত্ৰীৰ ঘোষণা অহা অক্টোবৰ ভিতৰত অসমৰ সকলো মানুহে লাভ কৰিব ৰেচন কাৰ্ড ৷ ৰেচন কাৰ্ড থকা মানুহে ৫ লাখ পৰ্যন্ত লাভ কৰিব বিনামূলীয়া চিকিৎসা।
১০ ছেপ্টেম্বৰৰপৰা হিতাধিকাৰীয়ে পাব অৰুণোদয়ৰ ধন ৷ অৰুণোদয় আঁচনিত হিতাধিকাৰীয়ে লাভ কৰিব ১৪০০ টকা ৷ আৰু ৮ লাখ লোকক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা হব । কমলপুৰ সমষ্টিৰ পুঠিমাৰীত বিজেপিৰ বিশাল জনসভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে মঙ্গলদৈ সমষ্টি ভিত্তিত অনুষ্ঠিত কৰা হৈছিল এই জনসভাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকা আজিৰ বিশাল জনসভাত মঙ্গলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়া,বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱাকে ধৰি বিজেপিৰ বহু জ্যেষ্ঠ নেতা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.