Daily Time Axom

ৰাজ্যত আজিৰে পৰা নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব নৈশ সান্ধ্য আইন

0 11

ডিজিটেল ডেস্ক: দেশ তথা ৰাজ্যত ক’ৰণাৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে ক’ৰণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত।
আজিৰে পৰা অসমত ঘোষণা কৰিছে নৈশ সান্ধ্য আইন। নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব নৈশ সান্ধ্য আইন।

ইয়াৰ লগতে ১ মে’ পৰ্যন্ত অব্যাহত থাকিব উক্ত নিৰ্দেশনা।স্বাস্থ্য বিভাগ,আৰক্ষী, প্ৰতিৰক্ষা বাহিনী, সংবাদ মাধ্যম, অগ্নিনিৰ্বাপন বাহিনীক ৰেহাই উক্ত সান্ধ্য আইনৰ পৰা।

Leave A Reply

Your email address will not be published.