নিউজ ডেস্ক, ৯ আগষ্টঃ আজি তিনিচুকীয়াত অনুষ্ঠিত হ’ব DGPৰ এক বিশেষ বৈঠক। উজনিৰ ৫খন জিলাৰ SPসকলৰ সৈতে বৈঠকত বহিব DGP জি পি সিং।ইয়াৰোপৰি আৰক্ষী অধীক্ষক জি পি সিঙে স্বাধীনতা দিৱস উপলক্ষে আইন-শৃংখলাৰ লগতে উগ্রপন্থীৰ কাৰ্যকলাপ সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষকৰে আলোচনা কৰিব। স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি এই বৈঠকৰ আহ্বান জি পি সিঙৰ।
Comments are closed, but trackbacks and pingbacks are open.