Daily Time Axom

ৰাজস্থান ৰয়েলছে কৰ’নাৰ ৰোগীক সহায়ৰ হাত আগবঢ়াইছে চাৰে সাত কোটি টকা।

0 7

ডিজিটেল ডেস্কঃ ক’ভিড আক্ৰান্তৰ সহায়ৰ বাবে আগবাঢ়ি আহিল ৰাজস্থান ৰয়েলছ।ভাৰতত ক’ভিডত ক্ষতিগ্রস্ত হোৱা লোকসকলৰ বাবে নিজ ফাউণ্ডেশ্বনৰ যোগেদি ৰাজস্থান ৰয়েলছে চাৰে সাত কোটি টকা সংগ্রহ কৰি দান কৰিব বুলি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (IPL ) দলটোৱে জনায়।
আনহাতে ক্ৰিকেটাৰসকলৰ সহযোগত দলটোৰ মালিক আৰু টীম মেনেজমেন্টে পুঁজি সংগ্রহ কৰিছিল আৰু এইক্ষেত্ৰত ৰাজস্থান ৰয়েলছ ফাউণ্ডেশ্বনে ব্ৰিটিছ এছিয়ান ট্ৰাষ্টৰ লগত একেলগে কাম কৰিছে।

Leave A Reply

Your email address will not be published.