Daily Time Axom

তিনিচুকীয়াৰ পেঙেৰীত গুলীচালনা

73

নিউজ ডেস্ক, ৮ চেপ্তেম্বৰঃ তিনিচুকীয়াৰ পেঙেৰীত গুলীচালনাৰ ঘটনা৷ বনদস্যুক লক্ষ্য কৰি বনকৰ্মীৰ গুলীচালনা৷ বন সংমণ্ডলৰ অধীনত থকা খাটাংপানী বনাঞ্চলিক বিষয়াসহ এটা দলে নিশা টেকেৰী বনাঞ্চলত চেঞ্চৰ লগাই মূল্যবান গছ কাটি থকাৰ তথ্য লাভ কৰি অভিযান চলাবলৈ গৈছিল।

বন বিভাগৰ লোক যোৱাৰ উমান পাই পলায়ন কৰিবলৈ চেষ্টা কৰোতেই বনকৰ্মীয়ে বনদস্যুলৈ লক্ষ্য কৰি চলালে দুজাইকৈ গুলী৷ কিন্তু বনকৰ্মীৰ গুলীত কোনো বনদস্যু হতাহত হোৱা নাই

Comments are closed, but trackbacks and pingbacks are open.