নিউজ ডেস্ক, ১৪ চেপ্তেম্বৰঃ মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা। বৃহস্পতিবাৰে পুৱা যোৰাবাটত মহানগৰ আৰক্ষী আৰু STFৰ যৌথ অভিযানত জব্দ ৫১৮.৮ গ্ৰাম সোণ ।মেঘালয়ৰ পৰা ৰাজস্থানলৈ সৰবৰাহ কৰিছিল সোণখিনি।
ঘটনা সন্দৰ্ভত ৪ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। আটকাধীন লোককেইজন মেঘালয়ৰ বীৰু সিং, মহম্মদ ইউছুফক আৰু ৰাজস্থানৰ ইনায়েট আলী আৰু জন্নত বেগম।
Comments are closed, but trackbacks and pingbacks are open.