Daily Time Axom

বিহাৰৰ মুজাফৰপুৰত ভয়ংকৰ নাও দুৰ্ঘটনা

57

নিউজ ডেস্ক, ১৪ চেপ্তেম্বৰঃ বিহাৰৰ মুজাফৰপুৰত ভয়ংকৰ অঘটন। বাগমতী নদীত ডুবিল স্কুলীয়া ছাত্ৰ-ছাত্ৰী কঢ়িওৱা এখন নাও। নাওখনত আছিল প্ৰায় ৩৪টাকৈ শিশু।বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

সন্ধানহীন শিক্ষাৰ্থীক বিচাৰি NDRFৰ অভিযান অব্যাহত আছে। ইতিমধ্যে ১২ টা শিশুক উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। এতিয়াও ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে।

Comments are closed, but trackbacks and pingbacks are open.