Daily Time Axom

যোৰহাটত কৰুণ ঘটনা, ৭৫ বছৰীয়া বৃদ্ধাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ

45

নিউজ ডেস্ক, ২ অক্টোবৰঃ যোৰহাটত কৰুণ ঘটনা।যোৰহাটৰ বাহনাৰ ধৌৱাপুখুৰী গাঁৱত মানৱতাক জোকাৰি যোৱা এক ঘটনা।বিদেশ আৰু বহিঃৰাজ্যত কৰ্মৰত দুই পুত্ৰৰ ৭৫ বছৰীয়া মাতৃৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ। মৃত বৃদ্ধাগৰাকীৰ নাম অনুপমা দত্ত।

জানিব পৰা মতে, মহিলাগৰাকীয়ে ধৌৱাপুখুৰীত নিজ কন্যাৰ লগত বাস কৰিছিল। কিন্তু কন্যাগৰাকী মানসিকভাৱে অসুস্থ আছিল।আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত মৃতদেহটো প্ৰায় ১০ৰ পৰা ১৫ দিআৰ বুলি ধাৰণা কৰিছে। মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Comments are closed, but trackbacks and pingbacks are open.