Daily Time Axom

উত্তৰ ছিকিমত ডাৱৰ বিস্ফোৰণ,তীষ্টা নৈত সন্ধানহীন ভাৰতীয় সেনাৰ ২৩ জনকৈ জোৱান

35

নিউজ ডেস্ক, ৪ অক্টোবৰঃ ডাৱৰ বিস্ফোৰণৰ ফলত উত্তৰ ছিকিমত ভয়ংকৰ বান। বানত সন্ধানহীন ২৩গৰাকী সেনা জোৱান। চিংটামৰ বৰদাঙত ৰখাই থোৱা সেনাৰ বাহনসমূহ ডুবি যায়। ল’নক হ্ৰদৰ ওপৰত ডাৱৰ বিস্ফোৰণৰ ফলত ১৫ৰ পৰা ২০ ফুট উচ্চতালৈ বৃদ্ধি পাইছে তীষ্টা নদীৰ জলপৃষ্ঠ।

প্ৰবল বানৰ বাবে দুখন জিলাত হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে। সন্ধানহীন সৈনিকসকলৰ বাবে ইতিমধ্যে আৰম্ভ কৰা হৈছে উদ্ধাৰ অভিযান।

Comments are closed, but trackbacks and pingbacks are open.