Daily Time Axom

স্বামীয়ে টনা বিদ্যুতৰ তাঁৰত লাগি পত্নীৰ মৃত্যু, পত্নীক হত্যা কৰি স্বামীৰ স্বীকাৰোক্তি

47

নিউজ ডেস্ক, ৫ অক্টোবৰঃ বোকাখাতৰ ৰজাবাৰী পল ক্লাবৰ সমীপত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।স্বামীয়ে সংযোগ কৰি থোৱা বিদ্যুতৰ তাঁৰত লাগি পত্নীৰ মৃত্যু।স্বামী বাবুল নাহকে পত্নী বিনীতা তাঁতীক বিদ্যুৎ সংযোগ কৰি হত্যা কৰে। পত্নীয়ে ঘৰৰ বাহিৰ ওলাব নোৱৰাকৈ প্ৰতিদিনে বিছনাৰ কাষতে সংযোগ কৰি থৈ যায় বিদ্যুৎ।

ঘটনা সন্দৰ্ভত বিষ্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে বাবুল নাহকে। ইতিমধ্যে বোকাখাত আৰক্ষীয়ে আটক কৰিছে বাবুল নাহকক।

Comments are closed, but trackbacks and pingbacks are open.