Daily Time Axom

৭ ফুট ৯ ইঞ্চি দীঘল চুলি! ভাৰতীয় মহিলাৰ বিশ্ব অভিলেখ

0 26

আটাইতকৈ দীঘল চুলি। উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাই বিশ্ব অভিলেখ গঢ়িছে। ৪৬ বছৰীয়া স্মিতা শ্ৰীবাস্তৱৰ দীঘল চুলি ৭ ফুট ৯ ইঞ্চি।
স্মিতাৰ মাকেই এই চুলিৰ আঁৰত প্ৰেৰণা। দীঘল চুলিৰ ভাৰতীয় অভিনেত্ৰীও আছিল স্মিতাৰ প্ৰেৰণা। স্মিতাই গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছক কয়, ‘ভাৰতীয় সংস্কৃতিত দেৱীৰ চুলি অতি দীঘল আছিল। আমাৰ সমাজত চুলি কটাটো অশুভ বুলি গণ্য কৰা হয়, সেয়ে আগতে মহিলাসকলে চুলি দীঘলকৈ ৰাখিছিল। দীঘল চুলিয়ে মহিলাৰ সৌন্দৰ্য বৃদ্ধি কৰে।গিনিজ ৱৰ্ল্ড ৰেকৰ্ড অনুসৰি স্মিতাই সপ্তাহত দুবাৰকৈ চুলি ধুৱে।

Leave A Reply

Your email address will not be published.