Daily Time Axom

পশ্চিম বিলাসীপাৰাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা,এহাল দম্পতিৰ চিপ লৈ আত্মহত্যা

0 76

গুটিপাৰা সপ্তম খণ্ড গাঁৱত এহাল দম্পতিয়ে চিপ লৈ আত্মহত্যা কৰে ।গাওঁ খনৰ বাসিন্দা মনোৱাৰ হুছেইন আৰু তেওঁ পত্নী জাহানাৰা খাতুনে নিজ ঘৰত চিপলৈ আত্মহত্যা কৰে।

আত্ম হত্যাৰ কাৰণ এতিয়াওঁ জানিব পোৱা হোৱা নাই।
ঘটনাস্থলীত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া ,দণ্ডাধীশ লগতে বিলাসীপাৰা আলক্ষী আৰু নায়েৰ আলগাৰ আৰক্ষী উপস্থিত হৈ তদন্ত অবাহত ৰাখিছে।

আৰক্ষীৰ তদন্তহে ওলাব দুয়ো স্বামী স্ত্ৰীৰ আত্মহত্যাৰ আচল ৰহিশ্য কি।

দম্পতি হালৰ মৃত্যুয়ে সমগ্ৰ বিলাসীপাৰাত এক চাঞ্চ্যকৰ বিৰাজ কৰিছে।

Leave A Reply

Your email address will not be published.