গাজাত আক্ৰমণ তীব্ৰতৰ হৈ পৰিছে, বিগত ২৪ ঘণ্টাত ইজৰাইলত ২৫০ জন পেলেষ্টাইনী নিহত হৈছে। ইয়াৰে মাগাজী শৰণাৰ্থী শিবিৰত ইজৰাইলৰ আক্ৰমণত ১০০ৰো অধিক লোক নিহত হয়। সোমবাৰৰ পৰা মঙলবাৰলৈ ইজৰাইলৰ আক্ৰমণত এই লোকৰ মৃত্যু হয়। ইজৰাইলে গাজা ষ্ট্ৰিপত আক্ৰমণ তীব্ৰতৰ কৰাৰ লগে লগে বিগত ২৪ ঘণ্টাত এই অঞ্চলত ২৫০ জন পেলেষ্টাইনী নিহত হৈছে বুলি পেলেষ্টাইন কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। ইজৰাইলে মাগাজী শৰণাৰ্থী শিবিৰত ১০০ৰো অধিক লোকক হত্যা কৰিলে।