Daily Time Axom

সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ৰেজাউল কৰিম আহমেদক প্ৰথম খৱৰৰ বিশেষ সাংস্কৃতিক বঁটা প্ৰদান

0 58

জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক মামণি ৰয়ছম গোস্বামীৰ পৱিত্ৰ সোঁৱৰণত প্ৰথম খৱৰে সাহিত্যজগতলৈ অৰিহণা আগবঢ়োৱা ৰাজ্যৰ ১১ গৰাকীকৈ নবীন-প্ৰবীন লেখক-লেখিকাক ৮ জানুৱাৰী তাৰিখে চানমাৰিৰ অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ নীলমণি ফুকন সোঁৱৰণী সভাগৃহত বঁটাসমূহ প্ৰদান কৰে৷ আনফালে বৰপেটা জিলাৰ সৰভোগৰ ঐতিহাসিক বৰনগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ৰেজাউল কৰিম আহমেদে ৰাজ্যৰ সাংস্কৃতিক জগতখনত বিশেষ অৰিহণা আগবঢ়োৱাৰ বাবে মামণি ৰয়ছম গোস্বামী সোঁৱৰণী বিশেষ সাংস্কৃতিক বঁটাটো প্ৰদান কৰে৷

Leave A Reply

Your email address will not be published.