মৈৰাবাৰী আৰক্ষীয়ে পুনৰ অভিযান চলাই গ্ৰেপ্তাৰ কৰে এজন কুখ্যাত ড্ৰাগছ আৰু কফ চিৰাপ ব্যৱসায়ীক।
পূৰ্বেও একেই অপৰাধত গ্ৰেপ্তাৰ হৈ ৰঙা ঘৰৰ আলহী হোৱা ড্ৰাগছ ব্যৱসায়ীটোৰ নাম শ্বৰীফ উদ্দীন।
ধৃত শ্বৰীফ উদ্দীনৰ পৰা আৰক্ষীয়ে ১২ টা নিষিদ্ধ কফ চিৰাপ,১৬ টা ড্ৰাগছ ভৰ্তি কণ্টিনাৰ,এটা মোবাইল ফোন আৰু ৮০৮০ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়।
ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা লোক জনক মৰিগাঁৱলৈ প্ৰেৰণ কৰিছে মৈৰাবাৰী আৰক্ষীয়ে।
Next Post