Daily Time Axom

আই নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ

0 34

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বাশবাৰীত আই নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে এআইইউডিএফৰ সভাপতি বদৰ উদ্দিন আজমলে ।খহনীয়া অঞ্চল পৰিদৰ্শন কৰি সাংসদ বদৰউদ্দিন আজমলে স্হানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰ আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। আই নদীৰ খহনীয়াই তিনিখন গাওঁ সম্পূৰ্ণৰূপে জাহ যোৱাৰ পিছতো চৰকাৰ-প্ৰশাসনে ব্যৱস্থা নোলোৱাৰ আৰত সংখ্যালঘু লোক বুলি আজমলে মন্তব্য কৰে। স্হানীয় ৰাইজৰ লগত আজমলে মত বিনিময় কৰাৰ পিছত চৰকাৰ তথা মূখ্যমন্ত্ৰীৰ লগত খহনীয়া লৈ আলোচনা কৰিব বুলি কয়।
বদৰউদ্দিন আজমলে উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰসহ কেইবাজনো কংগ্ৰেছী বিধায়ক শীঘ্ৰে এআইডিইউএফত যোগদান কৰিব বুলি মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.