Daily Time Axom

বুধবাৰে হ’ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ।

0 9

ডিজিটেল ডেস্কঃ ২৬মে’ ত অৰ্থাৎ বুধবাৰে বছৰৰ প্ৰথমটো চন্দ্র গ্ৰহণ হ’ব । ইফালে একেদিনাই আকাশত হ’ব পূৰ্ণগ্ৰাস চন্দ্রগ্ৰহণৰ লগতে দেখা পাব “ছুপাৰমুন” আৰু “ৰেড ব্লাডমুন”। পশ্চিমবংগত আংশিকৰূপে হে প্ৰত্যক্ষ কৰিবলৈ পাব এই চন্দ্ৰগ্ৰহণ। চন্দ্ৰগ্ৰহণ উত্তৰ-পূৰ্বাঞ্চল আৰু ওড়িশাৰ একাংশ উপকূলবাসীয়েও দেখা পাব। জানিবলৈ পোৱা মতে, গুৱাহাটীত সন্ধ্যা ৬ বাজি ৯ মিনিটত চন্দ্ৰগ্ৰহণ আৰম্ভ হৈ আৰু ৬ বাজি ৩০ মিনিটত সমাপ্ত হ’ব।

Leave A Reply

Your email address will not be published.