Daily Time Axom

CAA বাতিল কৰাৰ প্ৰতিবাদত মৰিগাঁও জিলা ছাত্ৰ সন্থাই উলিয়ালে মটৰচাইকেল ৰেলী

0 57

CAA বাতিল কৰাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ত্ৰিশটা জনগোষ্ঠীয় সংগঠনৰ সহযোগত অন্যান্য জিলাসমূহৰ সমান্তৰালকৈ মৰিগাঁও জিলা ছাত্ৰ সন্থাই উলিয়ালে মটৰচাইকেল ৰেলী

অসমীয়া জাতি ধ্বংসী আইন CAA বাতিলৰ দাবীত মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ নেতৃত্বই উলিওৱা বিশাল মটৰচাইকেল ৰেলীত প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ। আছুৰ মৰিগাঁও জিলা কাৰ্যালয়ৰ পৰা উলিওৱা মটৰচাইকেল ৰেলীটো চহৰখনৰ মাজমজিয়াৰ অলিয়ে গলিয়ে ঘূৰি অৱশেষত মৰিগাঁও স্কুল খেলপথাৰত সামৰণি পৰে।

Leave A Reply

Your email address will not be published.