Daily Time Axom

মাৰ্ঘেৰিটাৰ মানমৌ কুঁহিয়াৰ বাৰী (নংলাই)ত শিৱ পুৰাণ মহাজ্ঞান যজ্ঞ

0 36

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত মানমৌ কুঁহিয়াৰ বাৰীত আয়োজন কৰা হৈছে শ্ৰী শ্ৰী শিৱ পুৰাণ মহাজ্ঞান যজ্ঞ।

মানমৌ কুঁহিয়াৰ বাৰীত আৰম্ভ হৈছে শ্ৰী শ্ৰী শিৱ পুৰাণ মহাজ্ঞান যজ্ঞ।
এই উপলক্ষে কলহ যাত্ৰা উলিওৱা হয়।

এই কায্যাসূচীত পাঁচ শতাধিক মহিলাই অংশগ্ৰহণ কৰে।
শ্ৰী শ্ৰী শিৱ পুৰাণ মহাজ্ঞান যজ্ঞ স্থানত পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা কেইবা শতাধিক ভক্তৰ আগমন ঘটা পৰিলক্ষিত হয়।

উক্ত শ্ৰী শ্ৰী শিৱ পুৰাণ মহাজ্ঞান যজ্ঞ অহা২৬ মাৰ্চলৈকে অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.