Daily Time Axom

উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত হোলী উদযাপন

0 36

আজিৰে পৰা ভগৱান শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ।
সমগ্ৰ ৰাজ্যৰ লগতে ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰতো পাচদিনীয়াকৈ আয়োজন কৰা হৈছে দৌল মহোৎসৱ ।
আজি সন্ধিয়া ৬-৩০ বজাত মেষদাহ পৰ্বৰে আৰম্ভ হ’ৱ দৌলোৎসৱৰ কাৰ্যসূচী ।
ইতিমধ্যে হোলী গীতৰে মুখৰিত হৈছে মন্দিৰ চৌহদ।
লক্ষাধিক ভক্তক আদৰিবলৈ সাজু হৈছে মন্দিৰ পৰিচালনা সমিতি।
২৮ মাৰ্চত ধৰ্মীয় শোভাযাত্ৰাৰ অন্তত সামৰনী পৰিব দৌল মহোৎসৱৰ ।

Leave A Reply

Your email address will not be published.