Daily Time Axom

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ২.৩ ব্যৱধানত পৰাজয় বৰণ মেৰি কমৰ

0 10

ডিজিটেল ডেস্ক: ডুবাইত অনুষ্ঠিত হৈছিল এছিয়ান বক্সিং চেম্পিয়নশ্বিপ।এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিছিল বিশ্ব চেম্পিয়নশ্বিপ এম চি মেৰি কমেও।দেওবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ ফাইনেলত কাজাখস্তানৰ নাজিয়াৰ ওচৰত পৰাজয় বৰণ কৰে মেৰি কমে।ফাইনেলৰ প্ৰথম ৰাউণ্ডত খুউব সুন্দৰ ভাৱে যুজঁ দিছিল মেৰি কমে।কিন্তু পিছলৈ নাজিয়াইয়ো সুন্দৰ কৈ প্ৰত্যাহ্বান জনাইছিল মেৰি কমক।৫১ কেজি শাখাত হোৱাৰ প্ৰতিযোগিতাখনত অৱশেষত ফাইনেলত ২.৩ ব্যৱধানত নাজিয়াৰ ওচৰত পৰাস্ত হ’ল বক্সাৰ মেৰি কম।নিজতকৈ বয়সত সৰু প্ৰতিদ্বন্দী নাজিয়াৰ ওচৰত পৰাজয় বৰণ কৰি ৰূপৰ পদক লাভ কৰে বক্সাৰ গৰাকীয়ে।

Leave A Reply

Your email address will not be published.