Daily Time Axom

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মুক্তিৰ দাবীত বিলাসীপাৰাতো আম আদমী পাৰ্টিৰ উত্তাল প্ৰতিবাদ

0 41

সমগ্ৰ ৰাজ্যৰ লগতে আম আদমী পাৰ্টীৰ ধুবুৰী জিলা কমিটিৰ সভাপতি জামাল হকৰ নেতৃত্বত বিলাসীপাৰাতো আম আদমী পাৰ্টীৰ অধ্যক্ষ তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মুক্তিৰ দাৱীত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।

Leave A Reply

Your email address will not be published.