Daily Time Axom

ঐতিহাসিক মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থানত ফণীভূষন চৌধুৰী

0 48

আজি পুৱা ৯ বজাত বিজেপিৰ মিত্ৰ দ’ল অসম গণ পৰিষদৰ ৩ নং বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষন চৌধুৰী বৰপেটা জিলাৰ সৰভোগৰ ঐতিহাসিক প্ৰায় ৫৫০ বছৰ পুৰণি ঐতিহাসিক মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থানত আহি উপস্থিত হয়,বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষন চৌধুৰীয়ে অসমবাসী ৰাইজৰ কুশল-মংগল অৰ্থে প্ৰভুৰ চৰণত সেৱা লয়,আনফালে অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে প্ৰাৰ্থী ফণীভূষন চৌধুৰীক সংগ দিয়ে৷

Leave A Reply

Your email address will not be published.